ka khyrdop (Khasi) [ Roman: ka.khyr.dop]
    Contributed by: Himasri Das on 2023-06-09
    1. (Material Noun-Neuter) an entrance through a fence normally built with iron, bamboos or wood. চাৰিওকাষৰ বেৰা বা জেওৰাৰ যিটো অংশইদি অহা-যোৱা কৰাৰ সুবিধাৰ বাবে দুৱাৰৰ দৰে ব্যৱস্থা থাকে।

    উৎস-মাধুৰীমা ঘৰফলীয়া

    Related Idea:

    a. Material Noun: ...
    Contributed by: Himasri Das on 2023-06-09
    2. (Material Noun-Neuter) an entrance through a wall, fence বেৰ বা জেওৰাৰ যিটো অংশইদি অহা-যোৱা কৰিব পাৰি।